চেং খাম্ কেটাৰিং গ্ৰুপ Seng Kham Catering Group

  • Home
  • চেং খাম্ কেটাৰিং গ্ৰুপ Seng Kham Catering Group

চেং খাম্ কেটাৰিং গ্ৰুপ Seng Kham Catering Group আপ্যায়ন সেৱা আগবঢ়াব অসমীয়া থলুৱা সাজ পাৰেৰে অসমীয়া যুৱতী সকলে �

যোৱাকালি শিৱসাগৰ জিলাৰ ডিমৌৰ এখন বিবাহ অনুষ্ঠানত আমি "চেং খাম্ কেটাৰিং গ্ৰুপ"ৰ পৰা আপ্যায়ন সেৱা আগবঢ়াওঁআপোনালোকেও বিয়...
16/07/2023

যোৱাকালি শিৱসাগৰ জিলাৰ ডিমৌৰ এখন বিবাহ অনুষ্ঠানত আমি "চেং খাম্ কেটাৰিং গ্ৰুপ"ৰ পৰা আপ্যায়ন সেৱা আগবঢ়াওঁ

আপোনালোকেও বিয়া, সবাহ, শুদ্ধি, অন্নপ্ৰাসন, ন ঘৰ লোৱা, আঙঠি পিন্ধোৱা, বিবাহ বাৰ্ষিকী আদি যিকোনো অনুষ্ঠানত ৰন্ধন, আপ্যায়ন, coffee mechine, Disposable plates, Coffee cup, Photoshoot, Makeup আদি সকলো সুবিধাৰ বাবে যোগাযোগ কৰিব পাৰে 🥰
আমাৰ ঠিকনাঃ
চেং খাম্ কেটাৰিং গ্ৰুপ
মুখ্য কাৰ্যালয়ঃ কটকী পাপং, পাটসাঁকো, চৰাইদেউ, অসম ৭৮৫৬৭৩
স্বত্বাধিকাৰী - দ্বীপজ্যোতি বৰগোহাঁই।
Contact number: 6003665718 / 7896646624

যোৱা কালি ডিব্ৰুগড় জিলাৰ লেঙেৰী আঘোনীবাৰীত আমাৰ সকলোৰে চিনাকী জয়প্ৰকাশ গগৈ ককাইদেউৰ বিয়াত আমি "চেং খাম্ কেটাৰিং গ্ৰুপ...
14/06/2023

যোৱা কালি ডিব্ৰুগড় জিলাৰ লেঙেৰী আঘোনীবাৰীত আমাৰ সকলোৰে চিনাকী জয়প্ৰকাশ গগৈ ককাইদেউৰ বিয়াত আমি "চেং খাম্ কেটাৰিং গ্ৰুপ"ৰ পৰা কেটাৰিং আৰু কফি মেচিন সেৱা আগবঢ়াওঁ🥰

আপোনালোকৰ অনুষ্ঠানটো সুকলমে সম্পাদন কৰিবলৈ আপুনিও যোগাযোগ কৰিব পাৰে আমাৰ সৈতে 🥰
আমাৰ ঠিকনা
মুখ্য কাৰ্যালয়ঃ কটকী পাপং, পাটসাঁকো, চৰাইদেউ, অসম ৭৮৫৬৭৩
(+91) 6003665718

যোৱা কালি পাটসাঁকো বৰুৱা গাঁৱত আমি সেৱা আগবঢ়াওঁ🥰  আপোনালোকেও যোগাযোগ কৰিব পাৰে আমাৰ সৈতে(+91) 60036 65718Head office: K...
22/04/2023

যোৱা কালি পাটসাঁকো বৰুৱা গাঁৱত আমি সেৱা আগবঢ়াওঁ🥰 আপোনালোকেও যোগাযোগ কৰিব পাৰে আমাৰ সৈতে
(+91) 60036 65718
Head office: Kotoky Papong, Patsaku, Charaideo, Assam, 785673

যোৱা কালি টেঙা দলং, মৰাণৰ এখন বিবাহ অনুষ্ঠানত আপ্যায়ন সেৱা আগবঢ়োৱা হয়।আপোনালোকেও যোগাযোগ কৰিব পাৰে, আপোনালোকৰ অনুষ্ঠা...
13/03/2023

যোৱা কালি টেঙা দলং, মৰাণৰ এখন বিবাহ অনুষ্ঠানত আপ্যায়ন সেৱা আগবঢ়োৱা হয়।

আপোনালোকেও যোগাযোগ কৰিব পাৰে, আপোনালোকৰ অনুষ্ঠানটি সুন্দৰকৈ পৰিচালনা কৰাৰ সম্পূৰ্ণ দায়িত্ব আমাৰ।

চেং খাম্ কেটাৰিং গ্ৰুপ
মুখ্য কাৰ্যালয়ঃ কটকী পাপং, পাটসাঁকো, চৰাইদেউ, অসম, ৭৮৫৬৭৩
ভ্ৰাম্যভাষঃ 6003665718

শিৱসাগৰ জিলাৰ পাটসাঁকোত ৬ ফেব্ৰুৱাৰী ২০২৩ তাৰিখে চেং খাম্ কেটাৰিং গ্ৰুপৰ এটি অনুষ্ঠান।আপোনালোকেও যোগাযোগ কৰিবলৈ নাপাহৰিব...
07/02/2023

শিৱসাগৰ জিলাৰ পাটসাঁকোত ৬ ফেব্ৰুৱাৰী ২০২৩ তাৰিখে চেং খাম্ কেটাৰিং গ্ৰুপৰ এটি অনুষ্ঠান।

আপোনালোকেও যোগাযোগ কৰিবলৈ নাপাহৰিব দেই 🥰
6003665718

বিয়া, সবাহ, জন্মদিন, অন্নপ্ৰাসন, ন ঘৰ লোৱা, বিবাহ বাৰ্ষিকী আদি যিকোনো অনুষ্ঠানত আপ্যায়ন সেৱাৰ বাবে অনতিপলমে যোগাযোগ কৰক আমাৰ সৈতে

এনেদৰে নিজৰ ফটো দি যদি আপুনিও কেলেণ্ডাৰ বনাই নৱবৰ্ষ আৰু ভোগালী বিহুৰ শুভেচ্ছা জনাব বিচাৰে তেন্তে what's app  যোগে Docume...
28/12/2022

এনেদৰে নিজৰ ফটো দি যদি আপুনিও কেলেণ্ডাৰ বনাই নৱবৰ্ষ আৰু ভোগালী বিহুৰ শুভেচ্ছা জনাব বিচাৰে তেন্তে what's app যোগে Document কৰি আপোনাৰ High Resolutionৰ ফটো প্ৰেৰণ কৰক।
What's app no (+91) 6003665718

(বিঃ দ্ৰঃ - Facebook Messanger যোগেদি পঠিওৱা ফটো গ্ৰহন কৰা নহ'ব। )

শিৱসাগৰ জিলাৰ দৰিকা কৈৱৰ্ত গাঁৱত আজি চেং খাম্ কেটাৰিং গ্ৰুপৰ এটি অনুষ্ঠান।আপোনালোকেও যোগাযোগ কৰিবলৈ নাপাহৰিব দেই 🥰600366...
07/12/2022

শিৱসাগৰ জিলাৰ দৰিকা কৈৱৰ্ত গাঁৱত আজি চেং খাম্ কেটাৰিং গ্ৰুপৰ এটি অনুষ্ঠান।

আপোনালোকেও যোগাযোগ কৰিবলৈ নাপাহৰিব দেই 🥰
6003665718

চেং খাম কেটাৰিং গ্ৰুপবিয়া, সবাহ, জন্মদিন, অন্নপ্ৰাসন, ন ঘৰ লোৱা, বিবাহ বাৰ্ষিকী আদি যিকোনো অনুষ্ঠানত আপ্যায়ন সেৱাৰ বাব...
01/11/2022

চেং খাম কেটাৰিং গ্ৰুপ

বিয়া, সবাহ, জন্মদিন, অন্নপ্ৰাসন, ন ঘৰ লোৱা, বিবাহ বাৰ্ষিকী আদি যিকোনো অনুষ্ঠানত আপ্যায়ন সেৱাৰ বাবে অনতিপলমে যোগাযোগ কৰক আমাৰ সৈতে

Contact number: (+91) 6003665718

22/10/2022

আপ্যায়ন সেৱা আগবঢ়াব অসমীয়া যুৱতী সকলে সম্পূৰ্ণ অসমীয়া থলুৱা সাজ পাৰ পৰিধান কৰি😍 পলম নকৰি এতিয়াই যোগাযোগ কৰক আমাৰ সৈতে (+91) 60036 65718

Address


Alerts

Be the first to know and let us send you an email when চেং খাম্ কেটাৰিং গ্ৰুপ Seng Kham Catering Group posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to চেং খাম্ কেটাৰিং গ্ৰুপ Seng Kham Catering Group:

Shortcuts

  • Address
  • Telephone
  • Alerts
  • Contact The Business
  • Claim ownership or report listing
  • Want your business to be the top-listed Event Planning Service?

Share