All Lakhimpur Music Association - ALMA.

All Lakhimpur Music Association - ALMA. Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from All Lakhimpur Music Association - ALMA., North Lakhimpur.

11/07/2025

সদৌ লক্ষীমপুৰ সংগীত সংস্থাৰ Theme song ৰ প্ৰস্তুতি ...২০২৩ চনতেই আৰম্ভণি কৰা গানটো শুভমুক্তিৰ দিশে ..... ৩১ জুলাই ২০২৫ তাৰিখে সদৌ লক্ষীমপুৰ সংগীত সংস্থাৰ প্ৰতিষ্ঠা দিৱসৰ দিনা Theme Song টো উন্মোচন কৰা হব ।

সকলো ৰাইজৰ সহায় সহযোগিতা আৰু উপস্থিতি কামনা কৰা হ'ল ।।
07/07/2025

সকলো ৰাইজৰ সহায় সহযোগিতা আৰু উপস্থিতি কামনা কৰা হ'ল ।।

আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে অহা ইংৰাজী ৩১জুলাই২০২৫ তাৰিখে আমাৰ সদৌ লক্ষীমপুৰ সংগীত  সংস্থাৰ একাদশ প্ৰতিষ্ঠা দিৱস ...
05/07/2025

আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে অহা ইংৰাজী ৩১জুলাই২০২৫ তাৰিখে আমাৰ সদৌ লক্ষীমপুৰ সংগীত সংস্থাৰ একাদশ প্ৰতিষ্ঠা দিৱস উদযাপন কৰিবলৈ আগবাঢ়িছোঁ ।।। আমাৰ অনুষ্ঠানত উপস্থিত থাকিব শ্ৰদ্ধাৰ দিগন্ত ভাৰতী , ইবছনলাল বৰুৱা,উজ্জ্বল আৰং,শশাংক সমীৰ আৰু জয়ন্ত কাকতিৰ লগতে আন বহুত প্ৰতিষ্ঠিত শিল্পীসকল ।। ইয়াৰ লগতে আমাৰ সাংস্কৃতিক সন্ধিয়াৰ মূখ্যআকৰ্ষণ হিচাপে থাকিব অসমৰ জনপ্ৰিয় কন্ঠশিল্পী নীল আকাশ।।
আহকচোন আমি সকলোৱে মিলি আমাৰ এই নিজৰ অনুষ্ঠানভাগি সাফল্যমণ্ডিত কৰোঁ ।।। জয়তু সদৌ লখিমপুৰ সংগীত সংস্থা ।।
ALMA জিন্দাবাদ ।।

১৫ আগষ্ট, ২০২৪ লখিমপুৰ সংগীত সংস্থা (ALMA) ৰ ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপন আৰু কাৰ্য্যালয়ৰ দুৱাৰ মুকলি কাৰ্য্যসূচী ।
16/08/2024

১৫ আগষ্ট, ২০২৪ লখিমপুৰ সংগীত সংস্থা (ALMA) ৰ ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপন আৰু কাৰ্য্যালয়ৰ দুৱাৰ মুকলি কাৰ্য্যসূচী ।

সদৌ লক্ষীমপুৰ সংগীত সংস্থা (আলমা) ৰ বিষ্ণু ৰাভা দিৱস উদযাপন, ২০ জুন ২০২৪
05/07/2024

সদৌ লক্ষীমপুৰ সংগীত সংস্থা (আলমা) ৰ বিষ্ণু ৰাভা দিৱস উদযাপন, ২০ জুন ২০২৪

২ জুন, ২০২৪ ৰাজহুৱা সভাত উপস্থিত থকা সদস্য সকল
02/06/2024

২ জুন, ২০২৪ ৰাজহুৱা সভাত উপস্থিত থকা সদস্য সকল

Address

North Lakhimpur
787001

Website

Alerts

Be the first to know and let us send you an email when All Lakhimpur Music Association - ALMA. posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share