KABIA TENT HOUSE

KABIA TENT HOUSE Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from KABIA TENT HOUSE, Event Planner, VILL-DALBARI KANIHA PO-BORAJOL PIN-781369 DIST-NALBARI, Nalbari.

বিয়া এখনৰ পেণ্ডেলৰ কামৰ শুভ আৰম্ভণিৰ সময়ত "কইনাৰ শ্ৰদ্ধা" আমাৰ মাজৰে এজনক।🥰
23/07/2026

বিয়া এখনৰ পেণ্ডেলৰ কামৰ শুভ আৰম্ভণিৰ সময়ত "কইনাৰ শ্ৰদ্ধা" আমাৰ মাজৰে এজনক।🥰

👉আপোনাৰ দৃষ্টিত আমি আৰু আমাৰ দৃষ্টিত আপোনাৰ মনে ভবাকৈ কম খৰচত কৰিব পৰা পেণ্ডেল খন।পলম নকৰি আজিয়েই যোগাযোগ কৰক।M-60023650...
17/06/2026

👉আপোনাৰ দৃষ্টিত আমি আৰু আমাৰ দৃষ্টিত আপোনাৰ মনে ভবাকৈ কম খৰচত কৰিব পৰা পেণ্ডেল খন।
পলম নকৰি আজিয়েই যোগাযোগ কৰক।

M-6002365015

অধিকাংশৰ মাজত এক বিৰল সমাদৰ পোৱা আপোনালোকৰ আটাইৰে চিনাকি নাম "কাবিয়া টেণ্ট হাউচ" এটা বিশেষ স্তৰত উপস্থিত হৈছেহি। গতিকে প...
24/05/2026

অধিকাংশৰ মাজত এক বিৰল সমাদৰ পোৱা আপোনালোকৰ আটাইৰে চিনাকি নাম "কাবিয়া টেণ্ট হাউচ" এটা বিশেষ স্তৰত উপস্থিত হৈছেহি। গতিকে পলম নকৰি আজিয়েই যোগাযোগ কৰক আমাৰ লগত।কিয়নো আমি দিব পাৰো আপোনালোকৰ উচ্চ চিন্তাৰে চিন্তিত নিন্ম খৰচৰ এখন আটক ধুনীয়া মঞ্চ, এখন বিয়াৰ পেন্দেল, বিয়াৰ সা-সামগ্ৰী যোগান ধৰা, লাইট, চাউণ্ড চিষ্টেম, ভিডিঅ’ কেমেৰা, কেটাৰিং পাৰ্টী, বেণ্ড পাৰ্টী, ৰূপ সজ্জা, লগতে জেনেৰেটৰ।

বৃহত্তৰ নলবাৰী অঞ্চলৰ যিকোনো টেণ্ট হাউচৰ লগত জড়িত কাম কাজৰ বাবে একমাত্ৰ নিৰ্ভৰ যোগ্য প্ৰতিষ্ঠান "কাবিয়া টেণ্ট হাউচ"।অতি ...
06/05/2026

বৃহত্তৰ নলবাৰী অঞ্চলৰ যিকোনো টেণ্ট হাউচৰ লগত জড়িত কাম কাজৰ বাবে একমাত্ৰ নিৰ্ভৰ যোগ্য প্ৰতিষ্ঠান "কাবিয়া টেণ্ট হাউচ"।
অতি কম খৰচত আপোনাৰ অনুষ্ঠান খন শুৱনি কৰি তোলক কাবিয়া টেণ্ট হাউচৰ মাধ্যমেৰে।
আপোনাৰ পৰিকল্পনাত আমাৰ থাকিব তীক্ষ্ণ লক্ষ্য।
মনে ভবা খৰচত আমি দেখুৱাবলৈ যত্ন কৰিম ন ন আধুনিক সু-কাৰিকৰী কৰ্ম দক্ষতা।
গতিকে পলম নকৰি যিকোনো অনুষ্ঠানৰ বাবে আজিয়েই যোগাযোগ কৰক আপোনালোকৰ ওচৰৰে "কাবিয়া টেণ্ট হাউচ" ৰ সৈতে।

যোগাযোগ-
Mobile No- 6002365015

Address

VILL-DALBARI KANIHA PO-BORAJOL PIN-781369 DIST-NALBARI
Nalbari
781369

Website

Alerts

Be the first to know and let us send you an email when KABIA TENT HOUSE posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category