Pushpa Haar Flower Decoration & Event Planner

Pushpa Haar Flower Decoration & Event Planner Contact us for quality-creative work in resonable budget � photography-VDO, Drone camera, catterin

01/01/2023
💐Happy Wedding...“May today be the start of a long, happy life together.”Nayan weds ReemzThnq somuch- NayanNitam Choudhu...
30/11/2022

💐Happy Wedding...“May today be the start of a long, happy life together.”
Nayan weds Reemz
Thnq somuch- NayanNitam Choudhury N.C Dosti👍

20/11/2022

৮৯ তম নলবাৰী ৰাস মহোৎসৱত বাণিজ্য মেলাৰ আটাইতকৈ দীঘল ৪২ফুট 'I ❤️ NALBARI ছেলফি পইন্ট খনে সকলোৰে ছেলফি বা ফটোচখ ৰ মুল আকৰ্ষণীয় জাগা হৈপৰিছিল ৷ আমাৰ ৭জনীয়া টীমে গোটেই ৰাতিৰ ভিতৰত ছেলফিখন সম্পূৰ্ণ কৰি তুলিছিল৷
আমাৰ এই বিশাল আয়োজনত কিবাএটা কৰি দেখুৱাবলৈ সুযোগ দিয়া -অসম ৰাজ‍্যিক গ্ৰামীণ জীৱিকা অভিযান,নলবাৰীৰ জিলা প্ৰকল্প প্ৰবন্ধক শ্ৰী-চন্দন তালুৰদাৰ ছাৰক ধন্যবাদ👏 💐টীম পুস্পহাৰ“

11/11/2022

৮৯তম ৰাস মহোৎসৱ ৰ বাবে টীম পুস্পহাৰৰ দ্বাৰা প্ৰস্তুত “ভাগ্যশ্ৰী মটৰচ ছেলফি পইন্ট ৷💐👍

07/11/2022
28/10/2022

দাহুদীত যোৱা চাৰিটা দিনত অনুষ্ঠিত হৈ যোৱা কালি পুজা, মেলা, থিয়েটাৰত আগভাগ লৈ দৈহিক শ্ৰম আৰু সু-পৰিচালনাৰে সফল কৰা প্ৰত্যেকজন ব্যক্তিকে ধন্যবাদ ৷ আপোনালোকক ভাল লাগিল ৷
বিশেষভাৱে উৎসাহিত কৰা কেইজন 🙏ৰাজু ভুঞা দেৱ ,মিন্টু দত্ত ডাঙৰীয়া৷লগতে আমাৰ-Mr. প্ৰকাশ সূত্ৰধৰ ছাৰ😊
দিন-ৰাতি এক কৰি অনুষ্ঠান টো বিশেষ ৰূপে সজাই তোলা আমাৰ টীম পুস্পহাৰৰ প্ৰত্যকজনকে ছেল্যুট👍

Address

Nalbari
781337

Telephone

+918403969242

Website

Alerts

Be the first to know and let us send you an email when Pushpa Haar Flower Decoration & Event Planner posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category