Jyoti Ankur official

Jyoti Ankur official Singing

কাৰিকৰী অসুবিধাৰ বাবে জীৱন নামৰ বন্তি গছি গীত ভাগ "Ankur Jyoti Official" YouTube channel তোৰ পৰা আঁতৰাব লগা হল ।। এতিয়াৰ...
02/09/2024

কাৰিকৰী অসুবিধাৰ বাবে জীৱন নামৰ বন্তি গছি গীত ভাগ "Ankur Jyoti Official"
YouTube channel তোৰ পৰা আঁতৰাব লগা হল ।। এতিয়াৰ পৰা "অনুপম বিতোপন " Youtube Channel আৰু প্ৰতিটো Audio প্লেটফৰ্ম(Jio Savan , Spotify , Instragramt etc...). ত উপলব্ধ হব ।। সকলোৰে ওচৰত ক্ষমাপ্ৰাৰ্থি। গীত ভাগক ইমান মৰমৰ আদৰি লোৱাৰ বাবে প্ৰতিজনৰ ওচৰত চিৰকৃতজ্ঞ হৈ ৰলু 🙏🏻🙏🏻🥺
https://youtu.be/xRW7XnR-Q_w?feature=shared



Jibon Namor Bonti Gosi || Ankur Jyoti Boruah || Deh Bisar Geet || Bhoktigeet || Horinam"জীৱন নামৰ বন্তি গছি"কন্ঠশিল্পী:- অংকুৰ জ্যোতি বৰুৱা ।কোৰাচ ...

সকলোৰে আশীৰ্বাদত আমাৰ গীতটিয়ে আমাৰ ব্যক্তিগতYoutube Channel ত 1 Million (10lakh) + views  অতিক্ৰম কৰিছে । আশীৰ্বাদ কৰিব ...
02/09/2024

সকলোৰে আশীৰ্বাদত আমাৰ গীতটিয়ে আমাৰ ব্যক্তিগতYoutube Channel ত 1 Million (10lakh) + views অতিক্ৰম কৰিছে । আশীৰ্বাদ কৰিব সকলোৱে 🙏🏻🙏🏻🙏🏻

https://youtu.be/3jAiFW-UKCQভাগি যাব দেহাঘৰ ।। শুনিলে নেকি ।। আকৌ এবাৰ শুনি চাব ।। পবিত্ৰ কৃষ্ণ জন্মাষ্টমী সকলোকে আন্তৰি...
26/08/2024

https://youtu.be/3jAiFW-UKCQ

ভাগি যাব দেহাঘৰ ।। শুনিলে নেকি ।। আকৌ এবাৰ শুনি চাব ।। পবিত্ৰ কৃষ্ণ জন্মাষ্টমী সকলোকে আন্তৰিক শুভকামনা জনালোঁ ।। কৃষ্ণ ❤️🙏

https://youtu.be/3jAiFW-UKCQ
Facebook


10/08/2024

" ঈশ্বৰ কৃষ্ণৰ চৰণ পংকজ
যিজনে কৰিলে সাৰ
সংসাৰ তৰিলা কুল উদ্ধাৰিলা
প্ৰণামো তাক বাৰম্বাৰ" 🙏🙏

সমূহ অসমবাসী ৰাইজৰ আশীৰ্বাদ আৰু মৰম শিৰত লৈ আগন্তুক পবিত্ৰ ভাদ মাহৰ আন্তৰিক শুভেচ্ছাৰে সমূহ ভক্তপ্ৰাণ ৰাইজলৈ গোবিন্দ মহাপ্ৰভুৰ শ্রী চৰণত সেৱা জনায় আমি আমাৰ কণ্ঠৰে " ভাগিযাব দেহাঘৰ " শীৰ্ষক এটি দেহবিচাৰ, দিহানামৰ গীত প্ৰভাত বৰাৰ কথাৰে আৰু কমলা গগৈ দেৱৰ বিশেষ কৃতজ্ঞতাত প্ৰস্তুত কৰি উলিয়াইছোঁ ।।গীতটিৰ প্ৰায় খিনি দৃশ্য গ্ৰহণ , বাণীবন্ধনৰ কাম প্ৰায় শেষ হৈছে ।। অহা ভাদ মাহৰ ১ ( 18 August) তাৰিখে আপোনালোকৰ মাজলৈ আগবঢ়াই দিম মোৰ YOUTUBE CHANNEL https://youtube.com/?feature=shared যোগেদি।।
আশীৰ্বাদ কৰিব 🙏🙏

যোৱা বৰ্ষৰ দৰে এইবাৰো পবিত্র ভাদ মাহৰ প্ৰাকক্ষণত আপোনালোকৰ বাবে আগবঢ়াই দিয়াৰ মানসেৰে এটি দেহ বিচাৰ দিহানামৰ গীত প্ৰস্তুত...
02/08/2024

যোৱা বৰ্ষৰ দৰে এইবাৰো পবিত্র ভাদ মাহৰ প্ৰাকক্ষণত আপোনালোকৰ বাবে আগবঢ়াই দিয়াৰ মানসেৰে এটি দেহ বিচাৰ দিহানামৰ গীত প্ৰস্তুত কৰাৰ লগতে দৃশ্য গ্ৰহণৰ কামো কৰি থকা হৈছে ।। খুব কম সময়ৰ ভিতৰতে আপোনালোকৰ মাজলৈ আগবঢ়াই দিয়া হব ।। আশীৰ্বাদ কৰিব .....🙏🙏🙏

04/07/2024

অহা কালিলৈ দিনৰ 10 বজাত প্ৰতিদিন Time ত ঝঙ্কাৰ অনুষ্ঠানত আমাৰ এটা অনুষ্ঠান সম্প্ৰচাৰিত হব ।। অনুগ্ৰহ কৰি সকলোৱে চাব বুলি আশা কৰিলোঁ🙏🙏

আপোনাসবৰ আৰ্শীবাদ শিৰত লৈ সাজু হৈছোঁ আৰু ......খবৰ কৰিবলৈ পাহৰি নাযাব দেই ৰাইজ ।। 🙏🙏🙏
09/03/2024

আপোনাসবৰ আৰ্শীবাদ শিৰত লৈ সাজু হৈছোঁ আৰু ......খবৰ কৰিবলৈ পাহৰি নাযাব দেই ৰাইজ ।। 🙏🙏🙏

❤️❤️
15/11/2023

❤️❤️

Aaha Xokhi He //Live // Ankur Jyoti// Raas Lila Song // devotional Assamese song // আহাঁ সখী হে // ৰাসলীলাৰ গীত // অংকুৰ জ্যোতি আহা সখী হে বৃন্দাবনে যাওঁSing...

16/09/2023
 শুভ মুক্তিৰ পথত ।। Probhat Bora  ৰ কথা আমাৰ সকলোৰে শ্ৰদ্ধাৰ কমলা গগৈ দেৱৰ বিশেষ সহায় সহযোগিতাত আৰু আমাৰ কণ্ঠৰে খুৱ কম স...
10/09/2023


শুভ মুক্তিৰ পথত ।। Probhat Bora ৰ কথা আমাৰ সকলোৰে শ্ৰদ্ধাৰ কমলা গগৈ দেৱৰ বিশেষ সহায় সহযোগিতাত আৰু আমাৰ কণ্ঠৰে খুৱ কম সময়ৰ ভিতৰত আমাৰ এই নিবেদন এটি ভক্তি মূলক টোকাৰী গীত।। আমাৰ প্ৰথম আৰু নতুন প্ৰয়াস ।। সকলোৱে আশীৰ্বাদ আৰু মৰম কৰিব বুলি আশা কৰিলোঁ 🙏🙏🙏।।
Kamala gogoi
Anupom Bitupon

Address

Kakojan
Jorhat
785107

Telephone

+916002446973

Website

Alerts

Be the first to know and let us send you an email when Jyoti Ankur official posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Jyoti Ankur official:

Share