Barta NE 24

Barta NE 24 কেবল গুৰুত্বপূৰ্ণ খবৰ....

24/05/2026

অহা কালি অৰ্থাৎ ২৫ মে’ সোমবাৰে, ‘পূৰ্ণ হেলথ কেয়াৰ’ত সম্পূৰ্ণ বিনামূলীয়া চিকিৎসা সেৱা আগবঢ়োৱা হ’ব।
For Appointment 7636015103

23/05/2026

সৰু সৰু ল'ৰা-ছোৱালীৰ পৰা আৰম্ভ কৰি 18 বছৰৰ ভিতৰৰ সকলোৱে নতুনকৈ আধাৰ কাৰ্ড বনাব পাৰিব।‌ 7002683712 নাইবা 8761888747 নম্বৰত যোগাযোগ কৰক আৰু আপোনাৰ সমস্যা সমাধান কৰক।

22/05/2026

ৰঙিয়া ৰেল জংচনত বৃহৎ পৰিমানৰ নিষিদ্ধ হেৰ'ইন জব্দ ।
ৰে'লযোগে নগাঁওৰ চাপৰমুখৰ পৰা কেৰেলালৈ নিষিদ্ধ হেৰ'ইন খিনি কঢ়িয়াই নিয়াৰ পৰিকল্পনা ৰচিছিল নগাঁওৰ নেকিবুৰ ৰহমানে।

21/05/2026

সবিশেষ জানিবলৈ যোগাযোগ কৰক:91011 03835//7576057971 নন্বৰত।

21/05/2026

ডবকাৰ উচ্চ শিক্ষাৰ একমাত্ৰ চৰকাৰী শিক্ষানুষ্ঠান হাজী আনফৰ আলী মহাবিদ্যালয়ত পুনৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। মহাবিদ্যালয় কৰ্তৃপক্ষই ছাত্ৰ-ছাত্ৰীৰ সৈতে হেতালি খেলাৰ অভিযোগ উত্থাপন কৰি কলেজ চৌহদত বিভিন্ন শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ-ছাত্ৰীয়ে।

20/05/2026

এই চুৰ জনক চিনি পায় নেকি।
যদি কোনোবাই চিনি পায় তেন্তে তলত দিয়া 9707189331
যোগাযোগ কৰিবলৈ অনুৰোধ জনালোঁ।

19/05/2026

শিৱসাগৰ জিলাৰ যান বাহন আৰক্ষী তৎপৰ হৈ পৰিছে নম্বৰ প্লেট বিহীন বাইক ,আৰু উচ্চ শব্দ ছাইলেন্সৰ থকা বাইক সমূহৰ বিৰুদ্ধে চলোৱা এক অভিযানত শিৱসাগৰ যান বাহন আৰক্ষীৰ উপ পৰিদর্শক পাৰ্থ সাৰথি বৰুৱাৰ নেতৃত্ব ৫খন বাইক জব্দ কৰিছে।

17/05/2026

জিঅ'টেগ ঘৰৰ ডিজাইন প্ৰকাশ হ'ল।
এই ৭ টা নিয়মত ঘৰ বনাব লাগিব।
ঘৰৰ টকা কেতিয়া সোমাব চাওঁক।

16/05/2026

👉 এই লিষ্টত নাম থকা সকলোৰে বেংক একাউণ্টত ১২ হাজাৰ টকা সোমাব।
👉 কাৰ কাৰ নাম আহিল চাওঁক।

Address

Chowdhury Bazar
Hojai
782439

Website

Alerts

Be the first to know and let us send you an email when Barta NE 24 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share