টাইপা কামৰূপ

টাইপা কামৰূপ event of every type.cntct for more informations.

29/08/2026
মানস চেতিয়া লৈ টাই আহোম যুৱ পৰিষদ কামৰূপ জিলা সমিতিৰ তৰফৰ পৰা গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ 🙏জয় আই অসম
25/08/2026

মানস চেতিয়া লৈ টাই আহোম যুৱ পৰিষদ
কামৰূপ জিলা সমিতিৰ তৰফৰ পৰা গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ 🙏
জয় আই অসম

21/08/2026

আমাৰ দাবী মানিব লাগিব।
জয় আই অসম

টাই আহোম যুৱ পৰিষদ (অসম) কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি চাও ৰুদ্ৰ সাগৰ বুঢ়াগোহাঁইদেউালৈ জন্মদিনৰ হিয়াভৰা উলগ আৰু অশেষ...
15/08/2026

টাই আহোম যুৱ পৰিষদ (অসম) কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি চাও ৰুদ্ৰ সাগৰ বুঢ়াগোহাঁইদেউালৈ জন্মদিনৰ হিয়াভৰা উলগ আৰু অশেষ শুভকামনা জনালোঁ। তেওঁৰ দীৰ্ঘায়ু, উত্তম স্বাস্থ্য আৰু সুন্দৰ ভৱিষ্যতৰ কামনা কৰিলোঁ।

দুখৰ মাজতো সুখৰ বাৰ্তা কমনৱেলথ গেমছ (Commonwealth Games) ৰূপৰ পদক অৰ্জন অসম কন্যা Lovlina Borgohain টাইপা কামৰূপ জিলা তৰ...
02/08/2026

দুখৰ মাজতো সুখৰ বাৰ্তা কমনৱেলথ গেমছ (Commonwealth Games) ৰূপৰ পদক অৰ্জন অসম কন্যা Lovlina Borgohain টাইপা কামৰূপ জিলা তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলো।

অসমীয়া বোলছবি জগতৰ বিশিষ্ট অভিনেত্ৰী পূৰৱী শৰ্মাৰ দেহাৱসান,আত্মাৰ চিৰশান্তি বিচাৰি ফুৰা-তেৰাই ওচৰত প্ৰাৰ্থনা জনালোঁ।🙏
14/07/2026

অসমীয়া বোলছবি জগতৰ বিশিষ্ট অভিনেত্ৰী পূৰৱী শৰ্মাৰ দেহাৱসান,
আত্মাৰ চিৰশান্তি বিচাৰি ফুৰা-তেৰাই ওচৰত প্ৰাৰ্থনা জনালোঁ।🙏

সকলোকে সাদৰেৰে নিমন্ত্ৰণ জনালোঁ।*স্থান : যুদ্ধ স্মাৰক, দিঘলী পুখুৰী, গুৱাহাটী**সময় : দিনৰ ২:০০ বজাত, ৩০ জুন*
29/06/2026

সকলোকে সাদৰেৰে নিমন্ত্ৰণ জনালোঁ।
*স্থান : যুদ্ধ স্মাৰক, দিঘলী পুখুৰী, গুৱাহাটী*
*সময় : দিনৰ ২:০০ বজাত, ৩০ জুন*

Address

Beltola
Guwahati
781028

Telephone

+919127386567

Website

Alerts

Be the first to know and let us send you an email when টাইপা কামৰূপ posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to টাইপা কামৰূপ:

Shortcuts

Share

Category