15/04/2026
“বিহুটি আদৰৰ বিহুটি সাদৰৰ
বিহুটি অসমৰ ধন
এনুৱা বিহুটি এৰিব লাগিলে
নৰ’ব অসমৰ মান।”
সমূহ অসমবাসী ৰাইজলৈ বাপতিসাহোন ব’হাগ বিহু আৰু অসমীয়া নৱবৰ্ষৰ আন্তৰিক ওলগ। নতুন দিনবোৰে সকলোকে সমৃদ্ধ কৰি ৰাখক, তাৰেই আন্তৰিক কামনা।