
20/12/2024
এইবাৰ কিন্তু অলপ বেলেগ ধৰণে সজাবলৈ চেষ্টা কৰিছোঁ আমাৰ ৰহেদৈক। জনপ্ৰিয় শিল্পী বিপিন চাউদাঙ আগৰ গীতবোৰৰ এক সুকীয়া মাদকতা আছে, সেই কথাকে ভাবি- চিন্তি জনপ্ৰিয় নাট্যকাৰ পৰিচালক অভিজিত ভট্টাচাৰ্য্য ডাঙৰীয়া আৰু অজয় ফুকন দুয়ো মিলি ৰহেদৈক নতুন ৰূপত সজাইছোঁ। আশা কৰিছোঁ এইবাৰো অসমবাসী ৰাইজে আমাৰ এই নৱতম সৃষ্টিক মৰমেৰে আঁকোৱালি ল'ব।
" অ' ৰহেদৈ অ' ৰহেদৈ....
মহৰ শিঙৰ পেঁপাটি
বজাবলে এৰিলোঁ
আৰু এৰিলোঁ বজাবলে ঢোল.."
Bipin Chawdang
Palash Gogoi