
21/11/2023
নমস্কাৰ,
আপোনালোকে ইমান দিনে আগ্ৰহেৰে ৰৈ থকা "অনুৰাধা" ৰ মুক্তিৰ সময় চমু চাপি আহিছে। সেই মুক্তিৰ প্ৰাকমুহুৰ্তত "অনুৰাধা" যি অফিচিয়েল পোষ্টাৰ আপোনালোকৰ মাজলৈ আগবঢ়াই দিলোঁ
সেয়েহে টিম অনুৰাধাৰ ফালৰ পৰাই আমাৰ আপোনালোকক এটাই আহ্বান কৰো যে "অনুৰাধা" অহাৰ বতৰা সকলোকে দিয়ে যেন, আপোনালোকৰ সহায় সহযোগিতা অন্তৰেৰে কামনা কৰিলো।
ধন্যবাদ
Rupam Sharma