Jadu Samrat Vikram

Jadu Samrat Vikram Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Jadu Samrat Vikram, Magician, Panjabari, Bagharbari tiniali, Gauhati.

14/06/2026

যদি আপুনি কিছু সমস্যাৰে যুজি আছে আজি এ যোগাযোগ কৰক
৯৯৫৫১১২২৩০ (গুৱাহাটী)
৮৮২২৩৩২২০০ (গুৱাহাটী)
Get MIRACULOUS Solutions to your Life Problems - Career | Finance | Children | Business | Health l Relationship l Negativety l
Experience the Magic and change your Life forever !
Time: 9am to 7pm
Book your Appointment for :
Please contact-
9955112230 (Guwahati)
8822332200 (Guwahati)
Jadu Samrat VIKRAM
(Award winning Astro-Magician, Numerologist, Expert Vastu Consultant)

14/06/2026

সকলোকে সু-প্ৰভাত

সকলোৰে দিনটো শুভ হ‌ওক 🌺🙏

13/06/2026

Book Vastu visit :- 8822332200/9955112230
Vastu Visit :- Mirza , Assam
Vastu expert :- Dr Vikram Aditya
আপোনাৰ ঘৰখনত যদি বাস্তুৰ সঠিক সমন্বয় নাথাকে বা বাস্তুত অসামঞ্জস্য দেখা দিয়ে, তেন্তে লাহে লাহে আপোনাৰ জীৱনত বহু সমস্যাই ঠাই ল’ব পাৰে।
যেনে— আয়ৰ পথ বন্ধ হৈ যোৱা,
অপ্ৰয়োজনীয় ঋণত পৰি যোৱা বা ঋণ দিনে দিনে বৃদ্ধি পোৱা,
ঘৰৰ সদস্যসকল বিনা কাৰণতে অসুখত ভুগি থকা,
ঘৰৰ মূৰব্বীজনৰ মানসিক চাপ বৃদ্ধি, মূৰৰ বিষ, অশান্তি আৰু উদ্বেগ বাঢ়ি যোৱা,
পৰিয়ালৰ মাজত সৰু কথাতে কাজিয়া,
একে ঘৰত থাকিও সকলোৱে নিজকে মালিক বুলি ভাবি লোৱা, কাৰো অধীনত থাকিব নিবিচৰা মনোভাৱ,
টোপনি কম হোৱা, লগতে জটিল ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বৃদ্ধি।
এই সকলোবোৰ লক্ষণ দেখা দিলে বুজিব লাগিব—
আপোনাৰ ঘৰখনত বাস্তু দোষ আছে, অৰ্থাৎ আপোনাৰ ঘৰখন বাস্তু দিশত Mismatch হৈ আছে।
এই সমস্যাসমূহৰ পৰা মুক্তি পাব বিচাৰিলে,
Vikramaditya Astro And Spiritual Centerৰ সৈতে আজিেই যোগাযোগ কৰক।
আমাৰ অভিজ্ঞ বাস্তু বিশেষজ্ঞৰ জৰিয়তে আপোনাৰ ঘৰখন সম্পূৰ্ণভাৱে Vastu Balance কৰি সুখ, শান্তি আৰু সমৃদ্ধিৰ পথ সুগম কৰিবলৈ আমি সদায় প্ৰস্তুত।

12/06/2026

📌 আপুনিও‌ বাৰু আপোনাৰ গাড়ীখন সুৰক্ষিতভাৱে ৰাখিব বিচাৰে নেকি?

📌 যদি বিচাৰে তেন্তে, গাড়ীত বহি কেতিয়াও নকৰিব এই কেইটা কাম!

12/06/2026

📌 আপোনাৰ বাৰু বিবাহত বাধা আহিছে নেকি?
📌 হ'বলগীয়া বিয়াখনো ভাঙি গৈছে নেকি?
📌 যদি এনে হৈছে , তেন্তে চাওক এই ভিডিঅ'

দৈনন্দিনতকৈ কিছু পৃথক ,  ভাল লগা কিছু মুহূৰ্ত। 💫
12/06/2026

দৈনন্দিনতকৈ কিছু পৃথক , ভাল লগা কিছু মুহূৰ্ত। 💫

11/06/2026

Book Vastu visit :- 8822332200/9955112230
Vastu Visit :- Guwahati, Assam
Vastu expert :- Dr Vikram Aditya
আপোনাৰ ঘৰখনত যদি বাস্তুৰ সঠিক সমন্বয় নাথাকে বা বাস্তুত অসামঞ্জস্য দেখা দিয়ে, তেন্তে লাহে লাহে আপোনাৰ জীৱনত বহু সমস্যাই ঠাই ল’ব পাৰে।
যেনে— আয়ৰ পথ বন্ধ হৈ যোৱা,
অপ্ৰয়োজনীয় ঋণত পৰি যোৱা বা ঋণ দিনে দিনে বৃদ্ধি পোৱা,
ঘৰৰ সদস্যসকল বিনা কাৰণতে অসুখত ভুগি থকা,
ঘৰৰ মূৰব্বীজনৰ মানসিক চাপ বৃদ্ধি, মূৰৰ বিষ, অশান্তি আৰু উদ্বেগ বাঢ়ি যোৱা,
পৰিয়ালৰ মাজত সৰু কথাতে কাজিয়া,
একে ঘৰত থাকিও সকলোৱে নিজকে মালিক বুলি ভাবি লোৱা, কাৰো অধীনত থাকিব নিবিচৰা মনোভাৱ,
টোপনি কম হোৱা, লগতে জটিল ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বৃদ্ধি।
এই সকলোবোৰ লক্ষণ দেখা দিলে বুজিব লাগিব—
আপোনাৰ ঘৰখনত বাস্তু দোষ আছে, অৰ্থাৎ আপোনাৰ ঘৰখন বাস্তু দিশত Mismatch হৈ আছে।
এই সমস্যাসমূহৰ পৰা মুক্তি পাব বিচাৰিলে,
Vikramaditya Astro And Spiritual Centerৰ সৈতে আজিেই যোগাযোগ কৰক।
আমাৰ অভিজ্ঞ বাস্তু বিশেষজ্ঞৰ জৰিয়তে আপোনাৰ ঘৰখন সম্পূৰ্ণভাৱে Vastu Balance কৰি সুখ, শান্তি আৰু সমৃদ্ধিৰ পথ সুগম কৰিবলৈ আমি সদায় প্ৰস্তুত।

আপোনালোকৰ অফুৰন্ত মৰম,  সন্মান আৰু অটুট বিশ্বাসৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিলো।সকলোৰে জীৱন সুখ, শান্তি, সুস্বাস্থ্য, সফ...
11/06/2026

আপোনালোকৰ অফুৰন্ত মৰম, সন্মান আৰু অটুট বিশ্বাসৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিলো।
সকলোৰে জীৱন সুখ, শান্তি, সুস্বাস্থ্য, সফলতা আৰু সমৃদ্ধিৰে ভৰি থাকক, তাৰেই কামনা কৰিলো ।

Address

Panjabari, Bagharbari Tiniali
Gauhati
781037

Alerts

Be the first to know and let us send you an email when Jadu Samrat Vikram posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Jadu Samrat Vikram:

Share

Category